Business নেচলে ইণ্ডিয়া আৰু ডাঃ ৰেড্ডী’ছ লেবৰেটৰীছ লিমিটেডে ভাৰতৰ গ্ৰাহকৰ মাজত উদ্ভাৱনীমূলক নিউট্ৰেচিউটিকেল ব্ৰেণ্ড মুকলি কৰিবলৈ প্ৰতিষ্ঠা কৰিছে যৌথ উদ্যোগ April 30, 2024 Business Bureau ভাৰত আৰু অন্যান্য অংশীদাৰী দেশৰ গ্ৰাহকসকলৰ মাজত উদ্ভাৱনীমূলক নিউট্ৰাচিউটিকেল ব্ৰেণ্ড ৰূপে নিজকে গঢ়ি তুলিবলৈ নেচলে ইণ্ডিয়া আৰু ডাঃ ৰেড্ডীজ লেবৰেটৰীজ লিমিটেডে যৌথ উদ্যোগ গঠনৰ কথা ঘোষণা কৰিছে নেচলে ইণ্ডিয়া আৰু…
Business কফি খোৱাৰ অভিজ্ঞতা বৃদ্ধি কৰিবলৈ নেচলেই আৰম্ভ কৰিব নেছপ্ৰেছো April 29, 2024 Business Bureau প্ৰিমিয়াম কফিৰ একচেটিয়া ৰেঞ্জ প্ৰদান কৰা নেছপ্ৰেছো কফিয়ে অপেক্ষাৰ অন্ত পেলাই ২০২৪ৰ শেষভাগত ভাৰতত সেৱা মুকলি কৰিব। ঘৰুৱা আৰু পেছাদাৰী গ্ৰাহকসকলক কফি আগবঢ়োৱাৰ বাবে নেছপ্ৰেছো কফি আৰু মেচিনসমূহ অৰিজিনেল আৰু…
Business ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। April 29, 2024 Dipshikha ছত্তীশগড়ৰ বেমেটাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যু। পথত ৰখাই থোৱা বাহনত খুন্দা যাত্ৰীবাহী বাহনখনৰ। বেমেটাৰা থানা এলেকাৰ কাঠিয়া পেট্ৰ’ল পাম্পৰ সমীপত এই দুৰ্ঘটনা।
Business আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ April 29, 2024 Dipshikha আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিয়লি ৫.৩৫ বজাত বৰঝাৰত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। বিজুলী কলিতা মেধিৰ হৈ অমিত শ্বাহে চলাব প্ৰচাৰ। সন্ধিয়া ৬.১০ৰ পৰা ৭.১০ বজালৈ ৰোড শ্ব’…
Business নিছানে সমগ্ৰ ভাৰতত ইয়াৰ গ্ৰাহকসকলৰ বাবে দুমাহৰ দীঘলীয়া এচি চেক-আপ শিবিৰ ঘোষণা কৰিছে April 29, 2024 Business Bureau নিছান মটৰ ইণ্ডিয়াই ১৫ এপ্ৰিলৰ পৰা ১৫ জুনলৈ দেশজুৰি চলি থকা বিনামূলীয়া এয়াৰ কণ্ডিচনিং(এচি) চেক-আপ কেম্পৰ আয়োজন কৰি দ্ৰুতগতিত গ্ৰাহকক সুলভ আৰু সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াত ১২০টা চাৰ্ভিছ ৱৰ্কশ্বপৰ…
Business ভাৰতৰ পৰা বিত্তীয় সহায়ত নেপালৰ চিতৱানত সামূহিক উন্নয়ন প্ৰকল্প উদ্বোধন কৰা হয় April 29, 2024 Business Bureau ভাৰতৰ আৰ্থিক সাহায্যৰে নেপালৰ চিটৱানত নিৰ্মাণ কৰা সামূহিক উন্নয়ন প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত স্থায়ী বন্ধুত্বৰ প্ৰমাণস্বৰূপে এপ্ৰন ধুংগ্ৰে খোলা নদী প্ৰশিক্ষণ প্ৰকল্প শুকুৰবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।…
Business বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ April 28, 2024 Dipshikha বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ৷ ছত্তীশগড়ৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক৷ সম্প্ৰতি মুম্বাই আৰক্ষীৰ SITৰ জিম্মাত আছে অভিনেতাগৰাকী৷ বেটিং এপ কেলেংকাৰিৰে সাঙোৰ খাইছিল অভিনেতাগৰাকীৰ নাম।
Business এইচডিএফচি লাইফে এটা কৰ্পোৰেট এজেন্সি চুক্তিৰ বাবে পিএফপিডিএলৰ সৈতে সহযোগিতা কৰে April 27, 2024 Business Bureau ভাৰতৰ আগশাৰীৰ বীমাকৰ্তা প্ৰতিষ্ঠান এইচডিএফচি লাইফে কৰ্পোৰেট এজেঞ্চী লেনদেন বা সুবিধা প্ৰদানৰ বাবে পিয়াৰলেছ ফাইনেন্সিয়েল প্ৰডাক্টছ ডিষ্ট্ৰিবিউচন লিমিটেড(পিএফপিডিএল)ৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ জৰিয়তে পিএফপিডিএলক নিজৰ গ্ৰাহকসকলক এইচডিএফচি লাইফৰ জীৱন…
Business এইচএমএছআইৰ পূব ভাৰতত ৮ মিলিয়ন ইউনিট বিক্ৰী কৰাৰ অবিশ্বাস্য কৃতিত্ব অৰ্জন April 27, 2024 Business Bureau দেশৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া(এইচএমএছআই)ই ভাৰতৰ প্ৰাণৱন্ত পূব ভাৰতত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জনৰ সাফল্যৰ কথা ঘোষণা কৰিছে। ধাৰাবাহিকভাৱে সেৱাৰ মান বৃদ্ধি কৰি এইচএমএছআইয়ে পূব ভাৰতত…
Business ড০ এছ জয়শংকৰে ভাৰতক ‘গ্লোবেল চাউথ’ কণ্ঠস্বৰ বুলি প্ৰশংসা কৰে April 27, 2024 Business Bureau ভাৰতক গ্লবেল ছাউথ বা গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বুলি অভিহিত কৰি বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে গ্লোবেল চাউথৰ দেশসমূহে ভাৰতক সেই দেশসমূহৰ উদ্দেশ্য, বিশ্বত দেশসমূহৰ স্থিতি গ্ৰহণ কৰিবলৈ আস্থা…