Business চেমচাঙে নতুন গ্যালাক্সি জেড চিৰিজ ফ’ল্ডেবলৰ বাবে প্ৰাক-ৰিজাৰ্ভ বিকল্প ঘোষণা কৰিছে July 5, 2024 Business Bureau চেমচাঙে শেহতীয়াকৈ ঘোষণা কৰিছে যে ১০ জুলাইত অনুষ্ঠিত হ’বলগীয়া গ্লবেল অনুষ্ঠানত নেক্সট জেনেৰেচন গেলেক্সি জেড ছিৰিজৰ স্মাৰ্টফোন আৰু ইক’চিষ্টেম ডিভাইচ মুকলি কৰা হ’ব। গেলেক্সি আনপেকড ইভেণ্ট পেৰিছত আয়োজিত হ’ব —আইকনিক…
Business ১.১ মিলিয়ন বাহন ৰপ্তানিৰ মাইলৰ খুঁটি অৰ্জন নিছান মটৰ ইণ্ডিয়াৰ July 5, 2024 Business Bureau নিছান মটৰ ইণ্ডিয়াই ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছৰে পৰা ১.১ মিলিয়নখন বাহন ৰপ্তানিৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। প্ৰতিষ্ঠানটোৰ এয়া এক গুৰুত্বপূৰ্ণ সাফল্য আৰু নিছানৰ ‘মেক ইন…
Business মেজেণ্টা মোবিলিটিয়ে টাটা মটৰ্চৰ সৈতে ইয়াৰ অংশীদাৰীত্ব দৃঢ় কৰে July 4, 2024 Business Bureau ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছৰ সৈতে অংশীদাৰিত্ব কৰি সংহত বৈদ্যুতিক মবিলিটি সমাধান প্ৰদানকাৰী মেজেণ্টা মবিলিটিয়ে ৬০ ইউনিট এছ ইভি আৰু ৪০ ইউনিট এছ ইভি ১০০০কে ধৰি ১০০…
Business নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন July 4, 2024 Dipshikha নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচলত ভূমিস্খলন। চিয়াং জিলাত পথৰ ওপৰত খহি পৰিল পাহাৰৰ প্ৰকাণ্ড শিল। পাছিঘাটত শিল খহি বন্ধ হৈ পৰিছে ৫১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে পথটোৰে যাতায়াত।
Business প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই July 4, 2024 Dipshikha প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি নেতাই। মন্ত্ৰীসভাৰ পৰা পদত্যাগ ৰাজস্থানৰ বিজেপি নেতা কিৰোডী লাল মীনাৰ। জন্মস্থান দৌছাকে ধৰি লোকসভাৰ কেইখনমান গুৰুত্বপূৰ্ণ আসন হেৰুৱালে পদত্যাগৰ প্ৰতিশ্ৰুতি দিছিল কিৰোডী লাল মীনাই। দৌছাৰ পৰা…
Business আঞ্চলিক পৰ্যায়ত নিয়োগ ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি এনইএছএফবিৰ July 4, 2024 Business Bureau নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিস্তৃত পদক্ষেপৰ প্ৰথম পৰ্যায়ত বেংকটোৱে ২০০ৰো অধিক নতুন কৰ্মচাৰীক নিযুক্তি দিয়াৰ লক্ষ্য লৈছে।…
Business ১৪,০০০ ৰিটেইলাৰক শক্তিশালী কৰা: কোকা-কোলা ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়াৰ সহযোগিতামূলক সফলতা July 4, 2024 Business Bureau কোকাকোলা ইণ্ডিয়া আৰু নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে(এনএছডিচি) সহযোগিতামূলক ছুপাৰ পাৱাৰ ৰিটেইলাৰ কাৰ্যসূচীৰ জৰিয়তে সফলতাৰে সমগ্ৰ ওড়িশাৰ ১৪,০০০ৰো অধিক খুচুৰা বিক্ৰেতাক সবলীকৰণ কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ তত্বাৱধানত আৰম্ভ হোৱা…
Business উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা July 3, 2024 Dipshikha উত্তৰ প্ৰদেশৰ হাথৰছত শোকাৱহ ঘটনা৷ ধৰ্মীয় অনুষ্ঠানত পদপিষ্ট হৈ বৰ্তমানলৈ ১২২গৰাকী লোকৰ মৃত্যু৷ মৃতকৰ ভিতৰত আছে ৫০গৰাকীৰো অধিক মহিলা, ৩টা শিশু৷ ভোলাবাবা সৎসংগৰ কাৰ্যসূচীত এই অঘটন৷
Business মহানগৰীত ভয়ংকৰ ঘটনা July 3, 2024 Dipshikha মহানগৰীৰ হাতীগাঁৱৰ ৰাজপথত নিশা তয়াময়া ৰণ৷ ৩গৰাকী যুৱতীৰ দল আৰু এজন যুৱকৰ মাজত প্ৰচণ্ড মাৰপিট৷ হাতীগাঁৱত আলম আনচাৰি নামৰ যুৱকজনক ৫০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ৷ দাবী কৰা ধন নিদিয়াৰ…
Business টাটা মটৰ্ছে বাজাজ ফাইনেন্সৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে July 3, 2024 Business Bureau টাটা মটৰ্ছে বাজাজ ফিনচাৰ্ভ লিমিটেডৰ এক ধ্বজাবাহী প্ৰতিষ্ঠান বাজাজ ফাইনেন্স লিমিটেডৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই সহযোগিতাই টাটা মটৰ্ছৰ বিবিধ গ্ৰাহক আধাৰত অনুকূলিত বিত্তীয় সমাধান আগবঢ়োৱাৰ বাবে বাজাজ ফাইনেন্সৰ…