Category: Business

জেনেছিছ গ্ৰুপ অফ কোম্পানীয়ে টেলী এমএছএমই বঁটাত শীৰ্ষ সন্মান লাভ কৰে

টেলি চল্যুচনে প্ৰতি বছৰে প্ৰদান কৰা ‘এম এছ এম ই বঁটা’ৰ চতুৰ্থ সংস্কৰণত গুৱাহাটীৰ জেনেছিছ গ্ৰুপ অৱ কোম্পানীক সন্মানিত কৰিছে। চতুৰ্থ সংস্কৰণত ডিবিএছ (ডেভেলপমেণ্ট বেংক অৱ ছিংগাপুৰ লিমিটেড) বেংক আৰু…

পিপিএছ মটৰ্ছে ভাৰতত বিক্ৰী হোৱা ৪০,০০০ ফক্সৱাগন গাড়ীৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে

পিপিএছ মটৰ্ছে ৪০,০০০খন ভক্সৱেগেন বাহন বিক্ৰী কৰাৰ মাইলৰ খুঁটিত উপনীত হৈ ভাৰতৰ প্ৰথমটো বহু ৰাজ্যিক ডিলাৰ হিচাপে নতুন ইতিহাস ৰচনা কৰিলে। বৰ্তমান পিপিএছ মটৰ্ছৰ ভাৰতৰ ভিতৰতে ভক্সৱেগেনৰ বাবে সৰ্ববৃহৎ টাচ্চপইণ্ট…

GMCHত ভুল চিকিৎসাৰ বলি হৈ প্ৰসূতিৰ মৃত্যুৰ অভিযোগ

GMCHত ভুল চিকিৎসাৰ বলি হৈ প্ৰসূতিৰ মৃত্যুৰ অভিযোগ৷ প্ৰসূতিগৰাকী লখৰাৰ মণিকা চৌধুৰী৷ বুধবাৰে প্ৰসূতিগৰাকীক ভৰ্তি কৰোৱা হৈছিল GMCHত৷ ইতিপূৰ্বে প্ৰসূতিগৰাকীয়ে জন্ম দিছিল এটি কন্যা সন্তান৷ অস্ত্ৰোপচাৰৰ সময়তেই ভুল চিকিৎসাৰ অভিযোগ…

এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক

ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত ইচ্ছাপুৰত যাতায়তৰ নামত দুৰ্ভোগ ৰাইজৰ ।স্থানীয় গ্ৰাম্যপথৰ শোচনীয় অৱস্থাৰ ফলত যাতায়ত বিঘ্নিত হৈ পৰাত প্ৰতিবাদ মুখৰ হৈ পৰে অঞ্চলটোৰ জনসাধাৰণ ।মূলতঃ অঞ্চলটোৰ ছাত্র-ছাত্ৰী তথা সৰ্বসাধাৰণ…

টাটা ট্ৰাষ্টে চেফ সঞ্জীৱ কাপুৰক লৈ স্তন কৰ্কট সজাগতা চলচ্চিত্ৰ মুকলি কৰে

ভাৰতৰ বৰ্ধিত স্তনৰ কৰ্কট ৰোগীৰ পৰিসংখ্যা জনস্বাস্থ্যৰ বাবে উদ্বেগৰ কাৰণ, কিয়নো প্ৰতি চাৰি মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাৰ শৰীৰত চিনাক্ত হৈছে এই মাৰাত্মক ৰোগ। আগতীয়াকৈ ধৰা পেলোৱা বা চিনাক্ত কৰিব…

মোবাইল এআইক ৰূপান্তৰিত কৰিবলৈ সাজু হৈছে চেমচাঙৰ গেলেক্সি জেড ফল্ড৬ আৰু জেড ফ্লিপ৬

চেমচাঙে পেৰিছত অনুষ্ঠিত গেলেক্সি আনপেকড ইভেণ্টত গেলেক্সি বাডছ৩ আৰু বাডছ৩ প্ৰ’ৰ সমান্তৰালভাৱে গেলেক্সি জেড ফল্ড৬ আৰু গেলাক্সি জেড ফ্লিপ৬ মুকলি কৰিছে। নতুন ভাঁজ কৰিব পৰা এই ফোনকেইটাই মোবাইল এআইক উন্নীত…

শিশুৰ মৃত্যুক লৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তপ্ত পৰিস্থিতি

শিশুৰ মৃত্যুক লৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তপ্ত পৰিস্থিতি। শিশুটিৰ আত্মীয়ই ভাঙিলে JMCH চৌহদৰ কোঠাৰ গ্লাছ। নাৰ্ছৰ গাফিলতিৰ বাবে শিশুটিৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ। জ্বৰ হোৱাৰ বাবে চাৰিদিন পূৰ্বে JMCHত ভৰ্তি…

ধেমাজিত দুৰ্নীতি নিবাৰকৰ জালত শিক্ষা বিভাগৰ কৰ্মচাৰী

ধেমাজিত দুৰ্নীতি নিবাৰকৰ জালত শিক্ষা বিভাগৰ কৰ্মচাৰী। আটক বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে কৰায়ত্ত দিগন্ত গগৈক। বৰদলনিৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা লৈছিল উৎকোচ।

কানাডাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেন্টিনা

কানাডাক পৰাস্ত কৰি কোপা আমেৰিকাৰ ফাইনেলত প্ৰৱেশ আৰ্জেণ্টিনাৰ। দ্বিতীয় সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ’ল স্ক’ৰাৰ লিঅ’নেল মেছি । মেছিয়ে কানাডাৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ হৈ দ্বিতীয়টো গ’ল কৰি ইৰাণৰ হৈ আলি দাইৰ গ’লৰ সংখ্যা…

 তামিলনাডুৰ থাঞ্জাভোৰত গড্ৰেজ এগ্ৰ’ভেটে মুকলি কৰিলে বৈপ্লৱিক সমাধান কেন্দ্ৰ

গড্ৰেজ এগ্ৰ’ভেটৰ অইল পাম প্লাণ্টেচন বিজনেছে আজি তামিলনাডুৰ থাঞ্জাভোৰত কৃষকসকলক সৰ্বতোপ্ৰকাৰে সহায়ৰ মানসিকতাৰে প্ৰথমটো সমাধান কেন্দ্ৰ মুকলি কৰাৰ কথা সগৌৰৱে প্ৰকাশ কৰিছে। তৈলপাম খেতিয়কসকলক জ্ঞান, ইনপুট, সঁজুলি, সেৱা আৰু সমাধানৰ…