নগাঁৱৰ কুখ্যাত গঁড় চিকাৰী ৰফিক আলী অৱশেষত পৰিল নগাঁও আৰক্ষীৰ জালত ।নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰে গঁড় চিকাৰী ৰফিক আলীক । উদ্ধাৰ হস্তনিৰ্মিত পিষ্টল, অত্যাধুনিক মাৰণাস্ত্ৰৰ গুলী ।বিগত ২০২৪ চনতে নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈ থকা এক গোচৰৰ ভিত্তিতেই মঙলবাৰে নিশা নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা এক তথ্যৰ ভিত্তিত নিশা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপনে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় গঁড় চিকাৰৰ সৈতে জড়িত থকাৰ অভিযুক্ত ৰফিক আলীক । Share this:FacebookX Related Post navigation প্ৰেম অন্ধ!প্ৰেমৰ বাবে কি কৰিলে….. আজি মিছিংসকলৰ কৃষি ভিত্তিক উৎসৱ