ফিফা কাউন্সিলে ২০২৬ চনৰ আমেৰিকা, কানাডা, মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে পুৰস্কাৰৰ ধন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বিজয়ী দলটোৱে লাভ কৰিব ৪৫২ কোটি।

২০২৬ চনৰ বিশ্বকাপত বিজয়ীক প্ৰদান কৰিবলগীয়া পুৰস্কাৰৰ ধন ২০২২ চনৰ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাই ৩৫০ কোটি  লাভ কৰাতকৈ ৮ মিলিয়ন ডলাৰ অধিক। ২০২৬ চনৰ বিশ্বকাপত ৰানাৰ্ছ আপে ২৯৮ কোটি লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *