Month: December 2025

অপাৰেচন সেন্দূৰক লৈ কৰা মন্তব্যত অটল পৃথ্বীৰাজ চৌহান; ‘পাকিস্তানী মুখপাত্ৰ’ আখ্যা বিজেপিৰ

দেশৰ সামৰিক বাহিনীৰ পৰাক্ৰমক লৈ প্ৰশ্ন তুলি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা পৃথ্বীৰাজ চৌহান। শেহতীয়া ‘অপাৰেচন সেন্দূৰ’ত ভাৰতৰ পৰাজয় হৈছিল বুলি মন্তব্য কৰি চৌহানে…

“আইচক্ৰীমৰ ব্যৱসায়ো এতিয়া আদানি-আম্বানীৰ হাতত!” -ক্ষুদ্ৰ উদ্যোগক ধ্বংস কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ

আপুনি খোৱা আইচক্ৰীমৰ সোৱাদৰ আঁৰতো সোমাই আছে নেকি চৰকাৰী ৰাজনীতি? বুধবাৰে মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে চৰকাৰে দেশৰ প্ৰতিটো খণ্ডতে একচত্ৰী আধিপত্য সৃষ্টি কৰি ক্ষুদ্ৰ…

আৰ জি কৰ কাণ্ড! এতিয়াৰে পৰা উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত চলিব গোচৰ; ভুক্তভোগীৰ পিতৃ-মাতৃক স্থিতি প্ৰতিবেদন দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

যিটো গোচৰক লৈ সমগ্ৰ দেশ উত্তাল হৈ আছিল, সেই আৰ জি কৰ হাস্পতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰটোৱে বুধবাৰে এক নতুন মোৰ ল’লে। উচ্চতম ন্যায়ালয়ে গোচৰটোৰ নিৰীক্ষণৰ দায়িত্ব এতিয়াৰে পৰা নিজৰ…

কেঁচা নহৰুৰ উপকাৰী গুণৰ বিষয়ে জানেনে?

কেঁচা নহৰু আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী ৷ কেঁচা নহৰু খালে আমি কি কি উপকাৰিতা লাভ কৰিব পাৰো সেই বিষয়ে জানো আহক- মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় হৈছে নহৰু ।…

অসমলৈ আহিব মোদী

২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়চোৱাত তেওঁ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে হাজাৰ হাজাৰ ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব।বিয়লি ৩ বজাত কেইবাটাও কাৰ্যসূচী হাতত…

পুনৰ বিপদত পৰিছে বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী

হঠাৎ এনে বিপদ আহিব বুলি কোনেও কল্পনাও কৰিব পৰা নাছিল। তেওঁ ভাবিছিল যে ফুটবল তাৰকা লিয়নেল মেছিৰ সৈতে পুত্ৰৰ ফটো তুলি ছ’চিয়েল মিডিয়াক দিব। ফটোখন তুলিলে যদিও বিপদত পৰিল।পুনৰ বিপদত…

চৰ্চাত এহাল দম্পতী

শেহতীয়াকৈ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই আশ্ৰমত প্ৰেমানন্দজী মহাৰাজক সাক্ষাৎ কৰে। খবৰ অনুসৰি বিৰুষ্কাই প্ৰেমানন্দজী মহাৰাজৰ সৈতে প্ৰায় ডেৰ ঘণ্টা কথা পাতিছিল।বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা যোৱা সপ্তাহত দুই সন্তানৰ…

ভি-এ প্ৰিপেইড গ্ৰাহকৰ বাবে ভাৰতৰ ৰিচাৰ্জ লিংকড হেণ্ডছেট চুৰি আৰু লোকচানৰ বীমা পৰিকল্পনা মুকলি কৰিছে

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভি-এ প্ৰিপেইড গ্ৰাহকৰ বাবে ভাৰতৰ প্ৰথমটো ৰিচাৰ্জ লিংকড হেণ্ডছেট চুৰি আৰু লোকচানৰ বীমা পৰিকল্পনা মুকলি কৰিছে, যিয়ে হেৰুওৱা বা চুৰি হোৱা স্মাৰ্টফোনৰ বাবে অতি প্ৰয়োজনীয় সুৰক্ষা…

“এয়া চৰকাৰৰ মুখত এক চৰ” – আদালতৰ ৰায়ৰ পাছত মোদী-শ্বাহৰ পদত্যাগ দাবী কংগ্ৰেছৰ

যিটো গোচৰক লৈ বিজেপিয়ে দীৰ্ঘদিন ধৰি কংগ্ৰেছক আক্ৰমণ কৰি আহিছিল, সেই গোচৰটোৱে এতিয়া ওলোটাই বিজেপিৰ বাবেহে অস্বস্তিবোধৰ সৃষ্টি কৰিছে। নেচনেল হেৰাল্ড গোচৰত ইডিৰ অভিযোগনামা আদালতে গ্ৰহণ নকৰাৰ পাছতেই এতিয়া আক্রমণাত্মক…

মণিপুৰত পুনৰ গুলীবৰ্ষণৰ শব্দ! বিষ্ণুপুৰত অতিৰিক্ত সেনা মোতায়েন

প্ৰায় দুবছৰৰ পাছত যিসকল লোকে নিজৰ ঘৰলৈ উভতি আহিছিল, তেওঁলোকে পুনৰ এন্ধাৰতে প্ৰাণটো হাতৰ মুঠিত লৈ পলাব লগা হ’ল। মণিপুৰৰ বিষ্ণুপুৰ জিলাত মঙলবাৰে নিশা হোৱা গুলীবৰ্ষণৰ পাছত বুধবাৰে সমগ্ৰ অঞ্চলটোত…