Month: December 2025

১৮ টকাৰ চিগাৰেট নতুন দাম হ’ব ৭২ টকাঃ ধঁপাতৰ বিক্ৰী হ্ৰাস কৰিবলৈ নতুন আইনৰ প্ৰস্তুতি কেন্দ্ৰৰ

দেশত ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ আৰু বিক্ৰী নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। ধঁপাতৰ অপকাৰিতাৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ আৰু ইয়াৰ ক্ৰয় ক্ষমতা হ্ৰাস কৰিবলৈ চৰকাৰে এক…

ৰাজ্যত প্ৰচণ্ড শীত

কুঁৱলীৰ বাবে ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত। আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১২ ডিগ্ৰী ছেলচিয়াছৰ ৰ আশে-পাশে থকা সম্ভাৱনা আছে। সৰ্বাধিক তাপমান ২৩° ছেলচিয়াছ হ’ব পাৰে।গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন…

পুনৰ চলিব উচ্ছেদ অভিযান

কাৰ্বি আংলঙৰ সংৰক্ষিত চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক বৃহৎ ঘোষণা কৰিছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম বংহাঙে জনোৱা অনুসৰি, জিলাখনৰ পি জি আৰ আৰু ভি জি…

জিৰাৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

জিৰা প্ৰায় প্ৰতিখন ঘৰৰ পাকঘৰতে ব্যৱহাৰ কৰা এবিধ সাধাৰণ মছলা। কিন্তু আপুনি জানেনে যে ইয়াৰ বহুতো ঔষধি গুণ আছে? প্ৰতিদিনে ৰাতিপুৱা জিৰাৰ পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি ফলপ্ৰসূ। জিৰাৰ…

আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ

আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ। দেশখনৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী নেত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ…

দিল্লী বিমানবন্দৰত যাত্ৰীক আক্ৰমণৰ অভিযোগ! এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলটক গ্ৰেপ্তাৰ

দিল্লী বিমানবন্দৰত যাত্ৰীক আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলট। বিগত ১৯ ডিচেম্বৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাত জড়িত থকা কেপ্তেইন বীৰেন্দ্ৰ চেজৱালক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে অভিযোগ অনুসৰি, অংকিত দেৱান…

পেট্ৰ’নাছ টিভিএছ ইণ্ডিয়া অ’এমচি ২০২৬ৰ প্ৰশিক্ষণ আৰু বাছনি কাৰ্যসূচী ঘোষণা টিভিএছএমৰ

টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ পেছাদাৰী ৰেচাৰ গঢ়ি তোলাৰ অভিযান অব্যাহত ৰাখি পেট্ৰ’নাছ টিভিএছ ইণ্ডিয়া ৱান মেক চেম্পিয়নশ্বিপ (অ’এমচি) ২০২৬ৰ প্ৰশিক্ষণ আৰু নিৰ্বাচন কাৰ্যসূচী ঘোষণা কৰিছে। ২০২৬ চনৰ ১৭…

কাজিৰঙাক লৈ বিশ্বজুৰি অভূতপূৰ্ব উছাহঃ ১২৭ শতাংশ বৃদ্ধি বিদেশী পৰ্যটকৰ আগমন

অসমৰ পৰ্যটন সম্ভাৱনা আৰু বন্যপ্ৰাণীতকৈ সুৰক্ষাক লৈ বিশ্বব্যাপী আস্থা বৃদ্ধিৰ প্ৰমাণ দি কাজিৰঙাত লানি নিছিগা সোঁত বিদেশী পৰ্যটকৰ। অসমৰ বন্যপ্ৰাণীক লৈ বিশ্ববাসীৰ এই আগ্ৰহক ঐতিহাসিক আখ্যা দি ছ’চিয়েল মিডিয়াত বিশেষ…

পুনৰ কৃতিত্ব অৰ্জন পৰিচালক ৰীমা দাসৰ, ভিলেজ ৰকষ্টাৰ্ছ ২-ৰ বাবে লাভ কৰিলে বিশেষ সন্মান

বিশ্ব চলচ্চিত্ৰৰ মানচিত্ৰত অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল যাত্ৰা অব্যাহত ৰাখি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সন্মানিত হ’ল বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস। ২০২৫ চনত মুক্তিপ্ৰাপ্ত তেওঁৰ শেহতীয়া ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ ২’-ৰ বাবে ৰীমা…

বাংলাদেশৰ সৈতে সম্পৰ্কৰ অভিযোগত অসমত গ্ৰেপ্তাৰ চৰমপন্থী গোটৰ ১১ সদস্যক

উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা সক্ৰিয় হোৱা সন্ত্ৰাসবাদীৰ কুচক্ৰক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি হোৱাৰ মাজতে আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। বাংলাদেশৰ সৈতে সম্পৰ্ক থকা চৰমপন্থী গোটৰ…