Month: December 2024

মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত ৪৭৪ ৰান অষ্ট্ৰেলিয়াৰ

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৭৪ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে পাঁচখন খেলৰ শৃংখলাৰ চতুৰ্থ টেষ্টৰ দ্বিতীয় দিনা খেল অন্ত পৰাকৈ পাঁচ উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰে। অপেনাৰ যশস্বী জয়ছোৱালৰ ৮২ ৰানৰ সুন্দৰ ইনিংছ…

এবছৰত বিজেপিলৈ ২,৬০৪ কোটি টকাৰ অনুদান

দেশত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টীয়ে ২০২৩-২৪ বৰ্ষত ২,৬০৪.৭৪ কোটি টকাৰো অধিক অনুদান লাভ কৰিছে। আনহাতে বিৰোধী কংগ্ৰেছে ২৮১.৩৮ কোটি টকাৰ অনুদান লাভ কৰিছে। নিৰ্বাচন আয়োগে ৰাজহুৱা কৰা দুয়োটা দলৰ অনুদানৰ…

মীনপালকৰ সবলীকৰণ আৰু বহনক্ষম বৃদ্ধিৰ বাবে গড্ৰেজ এগ্ৰ’ভেটৰ শীতকালীন কৌশল

শীতকাল অহাৰ লগে লগে অসমৰ মীনপালকসকলে উৎপাদনশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে, য’ত মাছৰ হজম শক্তি লেহেমীয়া আৰু পুষ্টিকৰ পদাৰ্থ শোষণ হ্ৰাস হোৱা দেখা যায়।…

সাধাৰণ জনতাৰ মূৰত মাধমাৰ

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য!পুৰণি বছৰে বিদায় লোৱাৰ পূৰ্বে সকলোৰে চিন্তা বৃদ্ধি পাইছে। বৰদিনৰ ঠিক পিছদিনা তেল কোম্পানীয়ে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰি গ্ৰাহকক স্তম্ভিত কৰি তুলিছে। বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম…

মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনা অষ্ট্ৰেলিয়াৰ ৩১১ ৰান

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজিৰে পৰা আৰম্ভ হোৱা মেলবৰ্ণ টেষ্টৰ প্ৰথম দিনাৰ খেল অন্ত পৰিছে। বিষম পৰিস্থিতিত সুন্দৰ বলিং কৰা যশপ্ৰীত বুমৰাহে ভাৰতক খেলখনলৈ উভতাই আনে। আনহাতে অষ্ট্ৰেলিয়াই বৃহস্পতিবাৰে চতুৰ্থ…

স্প্ৰিণ্টাৰ হিমা দাসক নাডাৰ নিলম্বনে সৃষ্টি কৰিছে বিভ্ৰান্তি

এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী স্প্ৰিণ্টাৰ হিমা দাসক ঠিকনা প্ৰকাশ কৰাত ব্যৰ্থ হোৱাৰ ঘটনাত দোষমুক্ত কৰাৰ পিছত ৰাষ্ট্ৰীয় এণ্টি-ড’পিং এজেন্সিয়ে (নাডা) তেওঁক পুনৰ পূৰ্বাৱৰ্তী নিলম্বন কৰিছে। ষোল্ল মাহৰ নিলম্বনৰ ম্যাদ…

পুনৰ বিমান আক্ৰমণৰ ঘটনা

ৰাছিয়া- ইউক্ৰেইন, ইজৰাইল-গাজাৰ মাজত চলি থকা যুদ্ধৰ মাজতে আন এক খবৰ পোহৰলৈ আহিছে। মঙলবাৰে নিশা আফগানিস্তানৰ ওপৰত বিমান আক্ৰমণ সংঘটিত কৰে পাকিস্তানে। এই আক্ৰমণত বহুলোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত…

পুনৰ কোটি কোটি টকাৰ ড্ৰাগছ জব্দ

শ্ৰীভূমি জিলাত চলোৱা এক অভিযানত প্ৰায় ৪৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । সূত্ৰৰ খবৰ অনুসৰি, গোপন সূত্ৰৰ তথ্য ভিত্তিত শ্ৰীভূমি জিলাৰ হাতীখিৰা অঞ্চলত চলোৱা নাকা…

নিছান, হোণ্ডা, আৰু মিতছুবিচি মটৰ্ছে সহযোগিতামূলক বিবেচনাত বুজাবুজি চুক্তি স্বাক্ষৰ কৰে

নিছান মটৰ কোম্পানী লিমিটেড(“নিছান”), হোণ্ডা মটৰ কোম্পানী লিমিটেড (“হোণ্ডা”) আৰু মিতছুবিচি মটৰ্ছ কৰ্পৰেচন(“মিতছুবিচি মটৰ্ছ”)-এ নিছান আৰু হোণ্ডাৰ মাজত স্বাক্ষৰিত এক বুজাবুজি চুক্তিত উল্লেখ কৰা এক যুটীয়া হোল্ডিং কোম্পানী স্থাপনৰ জৰিয়তে…

ধ্যান চান্দ খেল ৰত্নৰ দাবীদাৰ শ্বুটাৰ মনু ভাকাৰ

যুৱ শ্বুটাৰ মনু ভাকাৰে পেৰিছ অলিম্পিক ২০২৪ ত ভাৰতৰ হৈ শ্বুটিংত দুটা ব্ৰঞ্জৰ পদক জিকি ইতিহাস সৃষ্টি কৰিছিল। য’ত তেওঁ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত প্ৰথম পদক আৰু সৰবজোত সিঙৰ…