Month: November 2024

নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি

পাকিস্তানত ‘শ্বুট এট ছাইট’ অৰ্ডাৰ জাৰি। নিয়ন্ত্ৰণৰ বাহিৰত ইছলামাবাদৰ পৰিস্থিতি। কাৰাবন্দী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ মুক্তিৰ দাবীত উত্তাল ইছলামাবাদ। আৰক্ষী আৰু ৰেঞ্জাৰৰ ওপৰত আক্ৰমণ প্ৰতিবাদকাৰীৰ। ৰাষ্ট্ৰপতি ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, সংসদ…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেগা নিলাম সম্পন্ন

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মেগা নিলাম সম্পন্ন হৈছে। দুদিনীয়কৈ অনুষ্ঠিত নিলাম সম্পূৰ্ণ হোৱাৰ পিছত কোন দলত কোন কোন দেশী- বিদেশী ক্ৰিকেটাৰ থাকিব সেইটো স্পষ্ট হৈ পৰিছে। সেই অনুসৰি চেন্নাই চুপাৰ কিংছত…

গড্ৰেজ জাৰ্চীৰ জৰীপে ৰাষ্ট্ৰীয় গাখীৰ দিৱসৰ আগতে বৰ্ধিত অগ্ৰাধিকাৰ দেখুৱাইছে

গাখীৰ ক্ৰয় কৰাৰ সময়ত আধাতকৈ অধিক (৫৪%) ভাৰতীয় গ্ৰাহকে গুণগত মানক অগ্ৰাধিকাৰ প্ৰদান কৰে, গড্ৰেজ জাৰ্চিৰ শেহতীয়া প্ৰতিবেদনত পুনৰবাৰ এই কথা প্ৰমাণিত হৈছে। ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ পূৰ্বে প্ৰকাশিত…

ব্যতিক্রম মাচডোৱে গুৱাহাটীত আন্তৰ্জাতিক ৰাইটাৰ্ছ মিট ২০২৪ৰ তৃতীয় সংস্কৰণ সফলতাৰে সমাপ্ত কৰে

প্রবল উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে যোৱা ২২ নবেম্বৰৰ পৰা ২৫ নৱেম্বৰ লৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তত সফলভাবে অনুষ্ঠিত হ’ল ব্যতিক্রম আন্তঃৰাষ্ট্রীয় লেখক সমাৰোহ। অসমৰ আগশাৰীৰ সাংস্কৃতিক সংস্থা ব্যতিক্রম মাছডোরে আয়োজন…

মহিলা উদ্যোগীক সবলীকৰণঃ বিহাৰত গিৰিৰাজ সিঙে উদ্বোধন জীৱিকা দিদি প্ৰশিক্ষণ কেন্দ্ৰ

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে আজি বিহাৰৰ বেগুচৰাইত উন্মোচন কৰিলে জীৱিকা দিদি প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰ, যি কেন্দ্ৰ বস্ত্ৰ খণ্ডৰে জড়িত গ্ৰাম্য মহিলাসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে…

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে শীতকালীন সূচী বৃদ্ধি: গুৱাহাটীৰ পৰা সাপ্তাহিক ১০৫ খনতকৈও অধিক বিমান

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে গুৱাহাটীৰ পৰা বিমান যাত্ৰাৰ সংখ্যা বৃদ্ধি কৰি শীতকালীন বিমানসূচী প্ৰকাশ কৰিছে। এতিয়া সাপ্তাহিকভাৱে ১০৫খনতকৈও অধিক বিমান সেৱা আগবঢ়াইছে এয়াৰ ইণ্ডিয়াই, যোৱা বছৰৰ শীতকালত চলাচল কৰা ৬৩খন বিমানৰ…

শ্লাইচৰ সৈতে একত্ৰিকৰণৰ পিছত এনইএছএফবিৰ উত্থান, উত্তৰ-পূবৰ ব্যৱসায়িক ক্ষেত্ৰত শক্তিশালী কৰিছে নিজৰ স্থান

নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ২০২৪ চনৰ ২৭ অক্টোবৰত শ্লাইচৰ সৈতে একত্ৰিকৰণ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত বিত্তীয় অৱস্থা আৰু সুস্থিৰতা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এনইএছএফবিৰ প্ৰতিষ্ঠিত বেংকিং ভেটিক শ্লাইচৰ প্ৰযুক্তিগত উদ্ভাৱনৰ…

দীর্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব

দীৰ্ঘদিনীয়া অপেক্ষাৰ আজি অন্ত পৰিব। কিছু সময়ৰ পিছতে আৰম্ভ হ’ব আই পি এল ২০২৫ৰ মেগা নিলাম। আজি আৰু কাইলৈ চৌদি আৰৱৰ জেদ্দাহ চহৰত এই মেগা নিলাম অনুষ্ঠিত হ’ব।ক্ৰিকেট বিশ্বৰে আটাইতকৈ…

অসমৰ ৫সমষ্টিতে বিজেপিৰ জয়

ইতিমধ্যে প্ৰায় ৫টা সমষ্টিৰে ফলাফল পোহৰলৈ আহিছে। ৫টা সমষ্টিতে জয় হৈছে বিজেপিৰ প্ৰাৰ্থী। মূলতঃ বিজেপি-অগপ মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছৰ মাজতে দেখা গ’ল নিৰ্বাচনী যুঁজ। ধলাইত বিজেপিৰ প্ৰাৰ্থী নীহাৰৰঞ্জন দাসৰ জয়…

পাৰ্থ টেষ্টত যশপ্ৰীত বুমৰাহৰ ওচৰত ধৰাশায়ী অষ্ট্ৰেলিয়া

পাৰ্থ টেষ্টৰ দ্বিতীয় দিনা দুপৰীয়াৰ ভোজনৰ সময়লৈ অষ্ট্ৰেলিয়া ১০৪ ৰানত অলআউট হয়, যাৰ ফলত ভাৰতে ৪৬ ৰানৰ অগ্ৰগতি লাভ কৰিছে। ভাৰতৰ ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে ১১ তম বাৰৰ বাবে ইনিংছৰ…