Month: August 2024

নেপালত বাছ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি

শুকুৰবাৰে নেপালত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে। নিহত লোকসকলৰ ভিতৰত ২৪টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু এই আটাইকেইগৰাকী লোক মহাৰাষ্ট্ৰৰ বাসিন্দা বুলি জানিব…

ফ্লিপকাৰ্ট সমৰ্থই শিল্পী সকলক শক্তিশালী কৰাৰ আৰু যুৱসকলক শক্তিশালী কৰাৰ দৃষ্টিৰে ৫ বছৰ পূৰ্ণ কৰিছে

দেশৰ আগশাৰীৰ ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে শিল্পী, শিপিনী, কাৰিকৰ, আত্মসহায়ক গোট, মহিলা আৰু গ্ৰাম্য উদ্যোগীসকলক শক্তিশালী কৰাৰ বাবে সমৰ্পিত এক অনুষ্ঠান সমৰ্থৰ ৫ বছৰীয়া মাইলৰ খুঁটি উদযাপন কৰিছে। ২৫০তকৈও অধিক উদ্যোগখণ্ডৰ…

ধিংত উত্তাল পৰিৱেশ

নাবালিকাৰ ধৰ্ষণক কেন্দ্ৰ কৰি নগাঁৱৰ ধিঙত উত্তাল পৰিৱেশে বিৰাজ কৰিছে । দুৰ্বৃত্তৰ কামনাৰ বলি হোৱা দশম শ্ৰেণী ছাত্ৰীগৰাকী বৰ্তমান চিকিৎসাধীন নগাঁও মেডিকেল কলেজত । ইফালে ছাত্ৰ সন্থাৰ আহ্বানত পুৱাৰে পৰা…

পুনৰ উদ্ধাৰ বোমা

অসম-অৰুণাচল সীমান্তত ৬ কুইণ্টল ওজনৰ বোমা উদ্ধাৰ । ঘটনাস্থলীত উপস্থিত আৰক্ষী-বায়ুসেনা বাহিনীৰ লোক।ৰাজ্যত বৰ্তমানো অব্যাহত বোমাতংক। ১৫ আগষ্টৰ স্বাধীনতা দিৱসত বিস্ফোৰণৰ উদ্দেশ্যেৰে ২৫টা স্থানত বোমা স্থাপনৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফা…

ইডি কাৰ্যালয় ঘেৰাও প্ৰদেশ কংগ্ৰেছৰ

ইডি শেহতীয়াকৈ চৰকাৰৰ বহতীয়া হৈ পৰা কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে গুৱাহাটীত কংগ্ৰেছ দলে ইডিৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এই প্ৰতিবাদী…

কাজিৰঙাৰ বন্যজন্তুৰ সংৰক্ষণৰ বাবে অনিল আগৰৱালা ফাউণ্ডেচনৰ বৃহৎ পদক্ষেপ

বিলুপ্তপ্ৰায় প্ৰজাতি সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অনিল আগৰৱাল ফাউণ্ডেচনে (AAF) আজি অসমত অৱস্থিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। অনিল…

চামগুৰিত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও আৰু লাওখোৱা ব্লক মহিলা কংগ্ৰেছৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ আতিশয্য তথা অত্যধিক বিদ্যুৎ মাচুল বৃদ্ধি কৰি জনসাধাৰণক শোষণ কৰা আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰায় তিনি…

স্কোডা অটো ইণ্ডিয়াৰ মুকলি হ’বলগীয়া সৰ্ব-নতুন কম্প্যাক্ট এছ.ইউ.ভি.

স্কোডা অটো ইণ্ডিয়াই আনুষ্ঠানিকভাৱে আগন্তুক সম্পৃক্ত এছইউভি বাহনখনৰ নাম ‘কাইলাক’ ৰাখিছে, যি এক ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত হৈছে, কাৰণ দেশত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ‘নেম ইয়ৰ স্কোডা’ অভিযানৰ জৰিয়তে এই নামটো…

আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদ

জনিয়া আঞ্চলিক কৃষক সভাৰ উদ্যোগত পশ্চিমবঙ্গৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ কৰি হত্যাৰ বিৰুদ্ধে জনিয়া শ্বহীদ ছুহেল ৰানা চ’কত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে । জনিয়া আঞ্চলিক কৃষি সভা…

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ বন্ধৰ দিন সাল-সলনি। ২৩ আগষ্টৰ পৰিৱৰ্তে ২৪ আগষ্ট কৰ্মচাৰীয়ে লাভ কৰিব চৰকাৰী বন্ধ। পূৰ্বে ২৩ আগষ্ট মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ…