Business ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা July 20, 2024 Dipshikha ৰঙাপৰাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক।ৰঙাপৰা-মিছামাৰী সংযোগী পথচোৱাৰে তীব্ৰ গতিত গৈ থকা…
Business পুনৰ কোভিডৰ ভয়ংকৰ ৰূপ July 20, 2024 Dipshikha কোভিড-১৯ক লৈ মানুহৰ মনত যদিও এতিয়া কোনো শংকা নাই, তথাপি এতিয়াও এই ভাইৰাছৰ সংক্ৰমণ এতিয়াও শেষ হোৱা নাই। বৰ্তমান জাপানত কোভিডৰ নতুন ভেৰিয়েণ্ট KP.3য়ে ভয়ানক ৰূপ লৈছে। বিগত কিছু সপ্তাহত…
Latest ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা সম্পন্ন July 20, 2024 Sonakshi Sarkar উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত এই মহতী অনুষ্ঠান দীপ প্ৰজ্জ্বলন আৰু দীপমন্ত্ৰেৰে আৰম্ভ কৰা হয়৷ সভাত মুখ্য অতিথিৰূপে বিনায়কজীৰ স্মৃতিচাৰণ কৰে ৰাঃস্বঃসংঘৰ অসমক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ…
Latest বাংলাদেশত সংৰক্ষণৰ ব্যৱস্থাৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদত ৩৯ জনৰ মৃত্যু July 20, 2024 Sonakshi Sarkar বাংলাদেশৰ বিভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক ঘটনাত কমেও ৩৯ জন লোক নিহত হৈছে। এতিয়ালৈকে আসন সংৰক্ষণৰ বিৰুদ্ধে চুবুৰীয়া দেশখনত আন্দোলন অব্যাহত আছে। ইয়াৰ উপৰিও শ শ লোক আহত হৈছে। আন্দোলন আৰু…
Sports ফিফা ৰেংকিঙত ১২৪ তম স্থানত ভাৰত, শীৰ্ষত আৰ্জেণ্টিনা July 20, 2024 Sonakshi Sarkar ভাৰতীয় ফুটবল দলে শেহতীয়াকৈ জাৰি কৰা পুৰুষৰ ফিফা ৰেংকিঙত ১২৪ তম স্থান বজাই ৰাখিছে, য’ত বিশ্ব চেম্পিয়ন আৰু কোপা আমেৰিকা বিজয়ী আৰ্জেণ্টিনাই শীৰ্ষ স্থান শক্তিশালী কৰিছে। জুনত প্ৰকাশিত ফিফা ৰেংকিঙত,…
Sports পেৰিছ অলিম্পিকত পদকৰ ধাৰা অক্ষুণ্ণ ৰাখিব পাৰিবনে ভাৰতৰ মল্লযোদ্ধাই ? July 20, 2024 Sonakshi Sarkar ২০০৮ চনত বেইজিং অলিম্পিকৰ পিছত ভাৰতে প্ৰতিটো অলিম্পিকত পদক জিকিছে আৰু পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা মল্লযোদ্ধাসকলৰ বাবে তেওঁলোকৰ ধাৰা অব্যাহত ৰখাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব। একেৰাহে চাৰিটা অলিম্পিকত সফলতাৰ…
Business চিপছ খায় ভাল পোৱা সকলৰ বাবে বেয়া খবৰ July 19, 2024 Dipshikha চিপছ খায় ভাল পোৱা সকলৰ বাবে বেয়া খবৰ। অভিভাৱক সাৱধান হওঁক। সন্তানে বিচাৰিলেই হাতত তুলি নিদিব চিপছৰ পেকেট। অসমৰ ভোটজলকীয়া দি প্ৰস্তুত কৰা চিপছ শৰীৰৰ বাবে বিপদজনক। ভোটজলকীয়া দি প্ৰস্তুত…
Business পুনৰ স্থান লাভ ৰিয়ান পৰাগৰ July 19, 2024 Dipshikha ভাৰতীয় জাতীয় দলত পুনৰ স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে ৷ কিছুদিন পূৰ্বে জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় T-20 শৃংখলাত অভিষেক ঘটোৱা ৰিয়ান পৰাগে এইবাৰ ভাৰতীয় এদিনীয়া দলটো স্থান লাভ কৰিছে…
Latest চৰাইদেউ মৈদামক্ষেত্ৰ বিতৰ্ক ৯ সংগঠনৰ সংবাদমেল July 19, 2024 Sonakshi Sarkar চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণক লৈ সৃষ্টি হৈছে এই বিতৰ্ক | ২০১৪ চনত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল | কিন্তু ২০১৬ চনত…
Political বিজেপিত যোগদানৰ উজান July 19, 2024 Sonakshi Sarkar ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱনত” এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা, ছেমখৰ পৰিষদীয় সমষ্টিৰ MAC…