ৰাজ্য চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ চৰম পন্থা। পত্নীৰ মৃত্যুৰ পাছতে ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চৰম পন্থা চেতিয়াৰ। পত্নীৰ চিকিৎসাৰ বাবে বিগত ৪ মাহ ধৰি ছুটীত আছিল IPS বিষয়াগৰাকী। দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পত্নী। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল পত্নী। পত্নীৰ মৃত্যুৰ পাছত মৰ্মাহত হৈ চেতিয়াই ল’লে এই সিদ্ধান্ত। Share this:FacebookX Related Post navigation এমএছডিইমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে দক্ষতা বিকাশৰ প্ৰচেষ্টা সফলতাৰে ৰূপায়ণ আৰু সম্প্ৰসাৰণৰ বাবে এক একত্ৰিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে পাটনা বিমানবন্দৰত বোমাতংক