শিৱসাগৰৰ বকতাত আৰক্ষীৰ এনকাউণ্টাৰ। ৰাহুল হাজৰিকা ওৰফে লাডেনক এনকাউণ্টাৰ আৰক্ষীৰ। বকতাৰ নেমুগুৰিত নিশা সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰাহুল হাজৰিকা প্ৰাক্তন আলফা। ভৰিত গুলী লগাৰ ফলত আঘাতপ্ৰাপ্ত ৰাহুল হাজৰিকাক চিকিৎসাৰ বাবে নিশাই ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।ৰাহুল হাজৰিকা ওৰফে ৰিতুল ওৰফে লাডেনৰ ঘৰ মৰাণত। কোনো বিষয়ত সোধা-পোছাৰ বাবে নিশা বকতা অভিমুখে আৰক্ষীয়ে আনি থকাৰ সময়তে এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। Share this:FacebookX Related Post navigation এম এছ ডি ইয়ে এ আই চেটবট আৰু ৫টা ভি আৰ/এ আৰ চেণ্টাৰ অৱ এক্সেলেন্সৰ সৈতে দক্ষতা বৃদ্ধি কৰিবলৈ মেটাৰ সৈতে অংশীদাৰিত্ব কৰে নাগালেণ্ড চৰকাৰে জীৱন বীমা আঁচনিৰ বাবে টাটা এআইএৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰিছে