গোৱালপাৰাৰ লক্ষীপুৰত বন বিভাগৰ জালত ২ চোৰাং চিকাৰী। হাতী চিকাৰৰ সন্দেহত আটক শশধৰ ৰাভা, ছাহজাহান আলীক । আটকাধীন চোৰাং চিকাৰী শশধৰ ৰাভা মেঘালয়ৰ ফকিৰমাৰাৰ। ছাহজাহান আলী হৈছে গোৱালপাৰাৰ জুৰিগাঁৱৰ। যোৱা ১৬ নৱেম্বৰত ফকিৰমাৰা গাঁৱত চোৰাং চিকাৰীয়ে হত্যা কৰিছিল এটা বনৰীয়া হাতী। হাতীটোক হত্যা কৰি চিকাৰীয়ে কাটি নিছিল দাঁত।

Leave a Reply

Your email address will not be published. Required fields are marked *