নামেৰী ৰাষ্ট্রীয় উদ্যানলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি।পূৰ্বৰ তুলনাত অধিক পৰ্যটক আহিছে নামেৰীলৈ।২০২২-২৩ বৰ্ষত উদ্যানখনৰ সংগ্ৰহ ১৪ লাখ টকাৰ ৰাজহচলিত বৰ্ষত দুগুণ বৃদ্ধি পায় ৰাজহৰ সংখ্যা।নামেৰীৰ এতিয়ালৈকে সংগ্ৰহ ২৭ লাখ টকাৰ ৰাজহ ।চলিত ছীজনত ৪২ লাখ টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য। Share this:FacebookX Related Post navigation টাটা এআইএ-য়ে জীৱন আৱৰণ আৰু সম্পদ সৃষ্টিৰ লাভালাভৰ সৈতে মাল্টিকেপ মমেণ্টাম কোৱালিটী ইনডেক্স ফাণ্ড মুকলি কৰিছে দক্ষিণ কোৰিয়াত ভয়ংকৰ বিমান দু*ৰ্ঘটনা