গুৱাহাটীৰ জালুকবাৰীত আৰক্ষীৰ জালত স্প্ৰে গেং। নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ স্প্ৰে গেঙৰ ২ সদস্য। ধৃত পাঠশালাৰ টিংকু আলী আৰু মিণ্টু তালুকদাৰ। উদ্ধাৰ জলকীয়া গুড়িৰ স্প্ৰে, ৪টা ৱাকীটকী, ছুৰী, কাটাৰ মেচিন। গুৱাহাটীত প্ৰৱেশৰ সময়তে গ্ৰেপ্তাৰ দুয়োকে আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত। Share this:FacebookX Related Post navigation আপোনাৰ বিত্তীয় ভৱিষ্যত-প্ৰমাণ: ভাৰতত আগতীয়া অৱসৰৰ পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা জম্মু কাশ্মীৰত পুনৰ আক্ৰমণৰ ঘটনা