আজি নিশা ৮ বজাৰ পৰা টি-২০ বিশ্বকাপ ২০২৪ ৰ সৰ্ববৃহৎ খেলখন ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । এই খেলখনৰ পূৰ্বে টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে তেওঁ সকলো খেলুৱৈৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰে । আজিৰ পাকিস্তানৰ বিৰুদ্ধে খেলখনত নিজৰ দলটোৱে উন্নত প্ৰদৰ্শনৰ কথা কৈ ৰোহিতে কয় যে তেওঁ মাত্ৰ এজন খেলুৱৈৰ ওপৰত হেঁচা প্ৰয়োগ নকৰে । Share this:FacebookX Related Post navigation আজি প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰলৈ শপত ল’ব মোদীয়ে তুৰ্কী এয়াৰলাইনছে “টুমৰো অন-বোৰ্ড” স্থিৰতা ব্ৰেণ্ড প্ৰৱৰ্তন কৰিছে