জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীচালনা। ৰিয়াছি, কঠুৱাৰ পাছত এইবাৰ ডোডা জিলাত গুলীচালনা। ডোডাৰ সেনাৰ অস্থায়ী ঘাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত ৬ নিৰাপত্তাৰক্ষী। গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছে এজন সাধাৰণ নাগৰিকো । Share this:FacebookX Related Post navigation বন্যহস্তীৰ মুক্ত বিচৰণ যোৰহাটত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু