কৰিমগঞ্জত ভূমিস্খলন। ভূমিস্খলনত একেটা পৰিয়ালৰ ৫ গৰাকীকৈ লোকৰ মৃত্যু। বদৰপুৰৰ বেণ্ডাৰগোল এলেকাৰ তাজুৰতল গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা। আব্দুল কৰিমৰ পৰিয়ালৰ ৫ গৰাকী লোকৰ মৃত্যু। নিহত আব্দুল কৰিমৰ পত্নী ৰাইমুননেছা, কন্যা সাহেদা খানম, জাহেদা খানম, হামিদা খানমৰ মৃত্যু। নাতিয়েক মেহেদি হাছানৰো মৃত্যু। Share this:FacebookX Related Post navigation নিউ বঙাইগাঁৱৰ ভাওলাগুৰীত নিশা চাঞ্চল্যকৰ ঘটনা টাটা মটৰ্ছৰ ১নং এছইউভি টাটা নেক্সনৰ সপ্তম বৰ্ষপূৰ্তিত ৭ লাখ ইউনিট বিক্ৰীৰ সাফল্য অৰ্জন