আজি ১৪ ফেব্ৰুৱাৰী,২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামা কাণ্ডত শ্বহীদ হৈছিল ৪০জন বীৰ জোৱান। এই আক্ৰমণে বুকু কঁপাই তুলিছিল ভাৰতবাসীৰ।সমগ্ৰ বিশ্বই আজি অর্থাৎ ১৪ ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস ভেলেণ্টাইন ডে উদযাপন কৰে যদিও, ভাৰতৰ বাবে এই দিনটো ‘ক’লা দিন’ হিচাপে পৰিচিত।এই দিনটোতে পুলৱামাত শ্বহীদ হৈছিল ৪০জনকৈ বীৰ জোৱান । আজি সমগ্ৰ ভাৰতে পুলৱামা আক্ৰমণৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।এই আক্ৰমণৰ আঁৰত পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী গোটটো আছিল।এই আত্মঘাতী আক্ৰমণে ৬ বছৰ ইতিমধ্যেই অতিক্ৰম কৰিলে।আজিও এই দিনটোত ভাৰতবাসীৰ চকু সেমেকি উঠে। Share this:FacebookX Related Post navigation তিলৰ লাৰুৰ বিষয়ে আপুনি জানেনে গান্ধীনগৰত মঙলবাৰে উদ্বোধনী বিমষ্টেক যুৱ সন্মিলন সফলতাৰে সমাপ্ত হয়