কেন্দ্রীয় প্রতিৰক্ষা মন্ত্র্যালয়ে দেশক সুৰক্ষাৰ বাবে আন এক পদক্ষেপ ল’বলৈ অনুমোদন লাভ কৰিছে ৷ বৃহস্পতিবাৰে কেবিনেট কমিটী অন ডিফেন্সে সেনাৰ বাবে ৩০৭ এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম ক্ৰয়ৰ বাবে অনুমোদন জনায় । এই অত্যাধুনিক ‘আৰ্টিলৰী গান’ ক্ৰয় কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰায় সাত হাজাৰ কোটি টকা খৰচ কৰিবলৈ ওলাইছে ।সীমান্তত পাকিস্তান আৰু চীনৰ চোৰাংচোৱাগিৰি ধৰা পেলাবলৈ কিছুদিন পূৰ্বে ‘অশ্বিনী’ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।এই নতুন প্ৰযুক্তিৰ সহায়ত ‘সেনাবাহিনী’ শক্তিশালী হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *