শক্তিপীঠ কামাখ্যা ধামত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। বৃহস্পতিবাৰে পুৱাই মা কামাখ্যাৰ চৰণত পূজা-অৰ্চনা  কৰে গৌতম গম্ভীৰে। উল্লেখ্য যে ২২ নৱেম্বৰৰ পৰা  বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত, দক্ষিণ আফ্রিকাৰ টেষ্ট মেচ অনুষ্ঠিত হ’ব। যাৰ বাবেই বুধবাৰে ই ভাৰতীয় ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল গুৱাহাটীত উপস্থিত হৈছে।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *