আজি গুৱাহাটীৰ ভৰলুমুখত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ততাতৈয়াকৈ জুই নিৰ্বাপনৰ চেষ্টা কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে। কিন্তু এই ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দেৱ চৌধুৰী আৰু পম্পী চৌধুৰী। ভৰলুমুখৰ ৮ নং গেটত থকা অট্টালিকাত সংঘটিত হয় এই ঘটনাটো।তেওঁলোকে অট্টালিকাৰ তৃতীয় মহলাত ভাড়াতীয়া হিচাপে আছিল। কন্যাৰ জন্মদিন উপলক্ষে পৰিয়ালটোৱে অনুষ্ঠানৰ যো-জা কৰিছিল। তেনেতে হঠাৎ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। Share this:FacebookX Related Post navigation দিল্লী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক সমৰ্থন কৰাৰ অভিযোগত ৰাজ্যৰ পৰা ২১ জন লোকক আটক ৰোজগাৰ মেলা ২.০-য়ে নিযুক্তিৰ আৱেগক প্ৰেৰণা দিয়ে কাৰণ ৬০+ কোম্পানীয়ে Siliguri ত ১০,০০০+ খালী পদ মুকলি কৰে