এইবাৰ অষ্টম উত্তৰ পুর ৰোগী সুৰক্ষা সম্মিলনী’ ঘন ২০২৫ বর্ষৰ ডিচেম্বৰ মাহৰ ১২ আৰু ১৩ তাৰিখে পানীযাইটি স্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুস্থিত কৰা হ’ব বুলি ডাউন টাউন হস্পিটালে জানিবলৈ দিছে। প্রতি বছৰে অনুস্থিত হৈ অহা এই সম্মিলনী খনত যাহা সেৱা বৃত্তিৰ সৈতে জৰিত সকলৰ লগতে, স্বাস্থ্য সেৱা খণ্ডৰ অনুশাষক আৰু ছাত্র ছাত্রী সকলে এক গোট হোৱাৰ যোগেদি সামগ্রিক ভাৱে ৰোগী সুৰক্ষাৰ উচ্চ মানদণ্ড বজাই ৰখাৰ লগতে ৰোগী সুৰক্ষা ক উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা ক্ষেত্ৰৰ এক সংস্কৃতি ৰূপে গঢ়ি তোলাটো একনিষ্ঠ লক্ষ্য হিচাপে লয়।

এই সম্মিলনীৰ মুখ্য উপদেষ্টা আৰু ডাউন টাউন হস্পিটালৰ অধীক্ষক ডাঃ উদয়ন বৰুৱাৰ লগতে সভাপতি আৰু ডাউন টাউন হস্পিটালৰ কাৰ্য্যবাহি নির্দেশক শ্র শর্মাই আধুনিক স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত নিৰন্তৰ ভাৱে বৃদ্ধি হৈ অহা শিক্ষণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত নিৰাপদ গাঠনিক গুৰুত্ব শ্রীমতী ময়ুৰাক্ষী দত্ত আৰু সম্মিলনীৰ সম্পাদক তথা ব্যৱসায় বিকাশ বারস্থাপক শ্রী নিখিলেশ প্রয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

লগতে নিখিলেশ শর্মাই সম্মিলনী খনৰ ৰূপৰেখা বর্ণনা কৰোতে ইয়াত অনুস্থিত সত্ৰ সমুহৰ মাধ্যমেৰে কিদৰে ব্যৱহাৰিক প্ৰল কৰিব পাৰি, পাৰস্পৰিক আলোচনা আৰু উদ্যোগৰ সংহত অন্তর্দৃষ্টিৰ ফলত বাস্তবিক স্বাস্থ্যসেৱাৰ পৰিবেশত অংশগ্রহণকাৰি সকলক কিদৰে সমৃদ্ধ কৰিব পাৰি এই সম্পর্কে বায্যা কৰে।

ডাঃ উদয়ন বৰুৱাই এই পদক্ষেপৰ দীর্ঘম্যাদী প্রভাৱৰ বিষয়ে প্ৰকাশ কৰি কয় যে এই সম্মিলনীৰ যোগেদি সমগ্ৰ উত্তৰপূৰ্বাক ৰোগী সুৰক্ষাৰ দিশত এক আমোল পৰিবৰ্তন আনিছে। প্রতিনিধি সকলৰ বাবে ব্যৱহাৰিক সুযোগ প্রদানৰ প্ৰতি লক্ষ্য বাখি তে সম্মিলনীৰ পূৰ্বে কৰ্মশালাৰ আয়োজনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে।

শ্রীমতী ময়ুৰাক্ষী দত্তই কয় যে ৰোগী সুৰক্ষা বিষয়ক কর্মশালাৰ আয়োজন কৰাত অগ্রণী ভূমিকা গ্রহন কৰা ডাউন টাউন হস্পিটাল ৰোগী সুৰক্ষাৰ ক্ষেত্ৰত সদায় বিশেষ স্থিতি নির্বাহ কৰাৰ বাবে দায়বদ্ধতা গ্ৰহন কৰে, ইয়াৰ লগতে স্বাস্থ্য সেরা প্রদ কুশল আৰু সহানুভূতিশীল। আয়োজক সকলে বিগত সময়ৰ সাত খন কৰ্মশালাৰ সফলতাৰ উল্লেখ কৰে।

পূর্বে অনুস্থিত হোৱা সম্মিলনীত যোগদান কৰা চুবুৰীয়া দেশ ভুটান আৰু নেপালৰ প্ৰতিনিধি সকলে এইবেলিও পুণৰ যোগন কৰিব।

সম্মিলনীৰ বৈশিষ্ট আৰু মুখাদিশ সমুহ-

৮ম সম্মিলনী খনত বিস্তৃত শৈক্ষিক কার্যসূচী বিশেস বৈশিষ্ট পূর্ণ। ইয়াত উপস্থিত থাকিব…

ডাঃ অতুলমোহন কোচ্চাৰ, মুখ্য কৰ্য্যকৰী বিষয়া, নাভ

ডাঃ পৰাগ আৰ বিন্দানি, মুখ্য কৰ্য্যকৰী বিষয়া, রকহার্ড হস্পিটাল লি, মুম্বাই

শ্ৰী ৰাজৰাজন এছ- গ্রুপ মুখ্য কার্যনির্বাহী বিষয়, অলুৰি শীতাৰাম ৰাজু মেডিকেল চায়েন্সেছ একাডেমী (এএছ আন্ধ্র ৰাজ্য

ডাঃ সুৰেশ বামাচুব্বান, পাল্মোনাৰী ৰেপিৰেটৰী মেডিচিন স্পেচিয়েলিষ্ট, ক্রিটিকেল কেয়াৰ এণ্ড ইমাৰদী এপোলো হস্পিটাল, কলকাতা

ডাঃ এলচা চনাতম্বী দেৱী, প্ৰফেচাৰ & QMR. Manipal college of nursing, Director, MAHE-FAIMER, Inte Institute for leadership in inter professional education (M-FIILIPE)

পল্লবী কুমাৰ, কাৰ্যবাহী নির্দেশক (মাল্টি অর্গেন হার্ভেস্টিং এইড নিউৱর্ক) মোহন ফাউন্দেচন ডাঃ অনুজ প্রকাশ, এচোচিয়েট ডাইৰেক্টৰ, লেৱ এণ্ড পেথলজি, জেষ্ঠ পৰামৰ্শ দাতা আৰু মুৰব্বী বায় কেশে

প্ৰফেচাৰ ডাঃ ৰঞ্জিনি দত্ত, মুৰব্বী ক্লিনিকেল ডায়টেটিক, কে পি চি মেডিকেল কলেজ এণ্ড হস্পিটাল, কল

মনিষা শৰ্মা, জেনেৰেল মেনেজাৰ দ্যা রেষ্টিন কলকাতা

ডাঃ উদয়ন বৰুৱা চিকিৎসা অধীক্ষক, ডাউন টাউন হস্পিটাল

এই সম্মিলনীত ৰোগীৰ সুৰক্ষাৰ উদীয়মান ধাৰা সমুহৰ ওপৰত মূল ভাষণ, বিশেষজ্ঞৰ আলোচনা, পেনেল আলোচন শিক্ষণ খণ্ড, স্বীকৃতি কেন্দ্রিক অধিবেশন, উদ্যোগৰ নেতৃত্বত প্ৰদৰ্শন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *