Author: Dipshikha

পুনৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ সাজু অসম চৰকাৰ

বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ । অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই বিশাল নৃত্যানুষ্ঠানৰ । য’ত ১০ হাজাৰ বড়ো চিখলাই…

দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে বিৰোধী ঐক্যমঞ্চই। ভোট চুৰি আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত শইকীয়াৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰিলে এই এজাহাৰ।এজাহাৰ…

বাংলাদেশত পুনৰ হিন্দুক হত্যা

বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ।বাংলাদেশত আন এজন হিন্দু যুৱকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই আক্ৰমণত…

অখিল গগৈক কটাক্ষ দিলীপ শইকীয়াৰ

বিধায়ক অখিল গগৈয়ে অসম বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা…

দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা

দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা । উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰামলীলা ময়দানৰ সমীপৰ তুৰ্কমান গেট অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দিল্লী আৰক্ষীয়ে দাবী কৰা মতে মতে মঙলবাৰে নিশা সৃষ্টি…

মুখ্যমন্ত্ৰী লৈ পত্ৰ লিখিলে জুবিনৰ পত্নীয়ে

প্রাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কেইটামান পদক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ প্ৰেৰণ । গৰিমা শইকীয়া গাৰ্গৰ সৈতে এই পত্ৰত স্বাক্ষৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ আৰু…

বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ ওপৰত অত্যাচাৰ

বিগত সময়চোৱাত বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ বিৰুদ্ধে হিংসাজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ দেশখনত হিন্দু হত্যাৰ খবৰ আহি পৰিছে। যোৱা ২৪ ঘন্টাত এয়া দ্বিতীয়বাৰৰ বাবে এনে ঘটনা পোহৰলৈ আহিছে।তথ্য অনুসৰি, যোৱা…

পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ

পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ। দেশখনৰ চোৰাংচোৱা সংস্থা ISI য়ে এইবাৰ ভাৰতীয় কিশোৰক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ আৰক্ষীয়ে এজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে যিয়ে পাকিস্তানক বহু গোপন তথ্য প্ৰদান কৰি আহিছে।শেহতীয়াকৈ পঞ্জাৱৰ পঠানকোটৰ…

পুনৰ ৰাজ্যত বাঢ়িব শীত

ঘন কুঁৱলীয়ে আৱৰি ৰাখিব পাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য । এয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা ।আগন্তুক ৫ টা দিনত ৰাজ্যত আৰু অধিক হ’ব শীতৰ প্ৰকোপ ।…

পুনৰ উচ্ছেদত কঁপিল ৰাজ্য

বিগত কিছুমাহ পূৰ্বে ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ চলিছিল চাপৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু টিলাপাৰাত। আদানীৰ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ নামত চলিছিল এই উচ্ছেদ অভিযান। ইতিমধ্যে APDCLক হস্তান্তৰ কৰিছে ৩ হাজাৰ ৫০০…