Business ৰাছিয়াৰ সৈতে তৈল বাণিজ্যক লৈ ভাৰতক পুনৰ ভাবুকি! শুল্ক বৃদ্ধিৰ হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ January 5, 2026 Sonakshi Sarkar ৰাষ্ট্ৰীয় ৰাজনীতিৰ মঞ্চত আমেৰিকাৰ একচ্ছত্ৰী আধিপত্য বিস্তাৰৰ চেষ্টাই ভাৰতৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কত এতিয়া সৃষ্টি কৰিছে নতুন জটিলতাৰ। ভেনিজুৱেলাত সামৰিক অভিযান চলাই ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক সপত্নীক অপহৰণ কৰা কাৰ্যক লৈ…
Business তামিলনাডুত এইবাৰ এনডিএ ক্ষমতালৈ আহিব বুলি আত্মবিশ্বাসী অমিত শ্বাহ January 5, 2026 Sonakshi Sarkar দেশৰ ৰাজনৈতিক পৰিপ্রেক্ষিতত বিজেপিৰ ক্ৰমাগত বিজয়ে কেন্দ্ৰীয় নেতৃত্বক অধিক আত্মবিশ্বাসী কৰি তুলিছে, বিশেষকৈ দক্ষিণ আৰু পূব ভাৰতৰ নিৰ্বাচনবোৰৰ বাবে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তামিলনাডু আৰু পশ্চিম বংগৰ আগন্তুক বিধানসভা নিৰ্বাচনত…
Business মাডাৰ্ছ ৰেচিপি: “মম ফু” ডিজিটেল অভিযান January 4, 2026 Business Bureau প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰিয়ালসমূহে বিশ্বাস কৰি অহা ভাৰতীয় খাদ্য ব্ৰেণ্ড মাডাৰ্ছ ৰেচিপিয়ে সমগ্ৰ উত্তৰ-পূবত নিজৰ ৰেচিপি চছৰ পৰিসৰৰ প্ৰচাৰৰ বাবে “মম ফু: মা কা প্যাৰ ইন এ নিউ অৱতাৰ”…
Assam বন্ধাকবিত থকা ফিটা পলুৱে কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা January 3, 2026 Sonakshi Sarkar বন্ধাকবিৰ ভিতৰত থকা ফিটা পলুৱে অকাল মৃত্যুৰ কাৰণ হৈ পৰিল এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ। উত্তৰ প্ৰদেশৰ অমৰোহা জিলাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ইলমাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি…
Business দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী January 3, 2026 Dipshikha গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে।মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল…
Business এক ব্যতিক্ৰমী ভেলা ঘৰ January 3, 2026 Dipshikha ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ৰহাৰ আমনিশালিত প্ৰাণ পাই উঠিছে এখন য়ট(পানী জাহাজ)। প্ৰতি বছৰে গাঁঠিৰ ধন ভাগি নৰা, বাঁহ আৰু খেৰেৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজলৈ এক বাৰ্তা…
Business বটদ্ৰৱাৰ বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা January 3, 2026 Dipshikha বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা।বটদ্ৰৱাৰ নৱ-নিৰ্মিত পৱিত্ৰ স্থানত যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন।হিন্দী গানৰ তালে তালে নাচি ৰীলছ বনালে এগৰাকী যুৱতীয়ে।ইয়াছমিনা বেগম নামৰ যুৱতীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া…
Business জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ January 3, 2026 Dipshikha জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ । গঠন হ’ল ‘জুবিন গাৰ্গ ন্যাস’ । এই পৰিকল্পনাৰ প্রথম পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহতো ন্যাসৰ নামত আগবঢ়াই দিয়া হ’ব…
Business এআই প্ৰযুক্তিৰ অপব্যৱহাৰক লৈ কেন্দ্ৰৰ কঠোৰ স্থিতি! অশালীন সমল আঁতৰাবলৈ ‘এক্স’লৈ চৰকাৰী জাননী January 3, 2026 Sonakshi Sarkar কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান অপব্যৱহাৰে নাৰীৰ মৰ্যাদা আৰু সামাজিক পৰিৱেশৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ জেনেৰেটিভ এআই চাটবট ‘গ্ৰক’-ৰ জৰিয়তে অশ্লীল সমল প্ৰস্তুত কৰাৰ…
Business চৰকাৰী যোগানৰ বিষাক্ত পানী সেৱন কৰি ১৬ জনৰ মৃত্যু! প্ৰশাসনৰ গাফিলতিৰ বলি হ’ল শতাধিক লোক January 3, 2026 Sonakshi Sarkar নিৰ্মল আৰু স্বচ্ছ চহৰৰ ঢাক-ঢোলৰ আঁৰত থকা চৰকাৰী অৱহেলাই কেনেদৰে অকালতে প্ৰাণ কাঢ়িব পাৰে, তাৰ এক ভয়াবহ ছবি পোহৰলৈ আহিছে। মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ ভাগীৰথপুৰা অঞ্চলত চৰকাৰী পাইপলাইনৰ জৰিয়তে যোগান ধৰা…