Business দিল্লী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক সমৰ্থন কৰাৰ অভিযোগত ৰাজ্যৰ পৰা ২১ জন লোকক আটক November 16, 2025 Dipshikha বিভিন্ন প্লেটফৰ্মত প্ৰচাৰিত আপত্তিজনক পোষ্টৰ খবৰৰ ভিত্তিত কেইবাখনো জিলাত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। এই পৰ্যন্ত দিল্লী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক সমৰ্থন কৰাৰ অভিযোগত সমগ্ৰ ৰাজ্যৰ পৰা ২১ জন লোকক আটক…
Business ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলালে গুলী November 16, 2025 Dipshikha বৰপেটা জিলাত এনকাউণ্টাৰ । ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে চলালে গুলী ।জানিব পৰা মতে, বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি ফুটালে গুলী ।বৰপেটা আৰক্ষীয়ে উল্লেখ…
Business আজি লণ্ডনত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা November 16, 2025 Dipshikha আজি লণ্ডনত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে লণ্ডনলৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰী গৰাকী।লণ্ডনৰ সংগ্ৰহালয়ত থকা…
Business ২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰ। ফেচবুক লাইভযোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। November 15, 2025 Dipshikha গুৰুজনাৰ অপূৰ্ব সৃষ্টি আপুৰুগীয়া বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে শনিবাৰে লণ্ডন অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰিলে খোদ মুখ্যমন্ত্রী…
Business শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ নওগাম আৰক্ষী থানাত এক বিস্ফোৰণৰ ঘটনা November 15, 2025 Dipshikha শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ নওগাম আৰক্ষী থানাত এক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । এই ঘটনাত এতিয়ালৈকে কমেও ৯ জন লোক নিহত হোৱাৰ লগতে ২৯ জন লোক আহত হয়। ‘হোৱাইট কলাৰ’ সন্ত্ৰাসবাদী…
Business বলীউডৰ পৰা আহিছে সুখৰ খবৰ November 15, 2025 Dipshikha বলীউডৰ পৰা আহিছে সুখৰ খবৰ। অভিনেতা ৰাজকুমাৰ ৰাৱে ঘৰলৈ আদৰণি জনাইছে এটি কন্যা সন্তানক। পত্নী পাত্ৰলেখাই জন্ম দিছে কন্যা সন্তান। অভিনেতাগৰাকীয়ে এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।অভিনেতাগৰাকীয়ে…
Business ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনে সকলোকে আচৰিত কৰিছে November 15, 2025 Dipshikha ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনে সকলোকে আচৰিত কৰিছে। আলিগঞ্জত বিজেপিৰ মৈথিলী ঠাকুৰে বিনোদ মিশ্ৰক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।বিহাৰ বিধানসভা নিৰ্বাচনত ১১,৭৩০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। বিহাৰৰ আন…
Business গোড্ৰেজ এগ্ৰভেট-এ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতে এক অ-বাধ্যতামূলক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে November 15, 2025 Business Bureau ভাৰতৰ অন্যতম বৃহৎ বৈচিত্ৰ্যপূৰ্ণ কৃষি খাদ্য ব্যৱসায় গড্ৰেজ এগ্ৰভেট লিমিটেডে(গোড্ৰেজ এগ্ৰভেট)-এ আজি অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ সৈতে এক অ-বাধ্যতামূলক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তিৰ অধীনত প্ৰতিষ্ঠানটোৱে দুগ্ধ ব্যৱসায়ত দুগ্ধ…
Assam উত্তৰ-পূৱৰ চাহ খেতিয়কক এফআৰপি প্ৰৱৰ্তনৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক November 15, 2025 Sonakshi Sarkar ক্ষুদ্র চাহ খেতিয়কসকলক সকাহ দিয়াৰ অনুৰোধ জনাই দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্র চাহ খেতিয়ক সন্থাই। নর্থ ইষ্ট কনফেডাৰেচন ফৰ স্মল টী গ্র’ৱাৰ্ছৰ সভাপতি দিগন্ত ফুকন, সদৌ…
Political বিহাৰত ২৪৩ আসনৰ ভিতৰত ২০২ আসন লাভ এন ডি এৰ November 15, 2025 Sonakshi Sarkar বিহাৰত এন ডি এয়ে ২৪৩খন আসনৰ ভিতৰত ২০২খন আসন লাভ কৰি ঐতিহাসিক সংখ্যাগৰিষ্ঠতা লাভ কৰে। ৰাষ্ট্ৰীয় জনতা দলৰ গ্ৰেণ্ড এলায়েন্স, ভাৰতীয় জাতীয় কংগ্ৰেছ, আৰু অন্যান্য দলসমূহে এক বৃহৎ আৰু অভাৱনীয়…